Best 50+ Assamese Love Quotes for Girlfriend

Join WhatsApp Group Join Now Love becomes more beautiful when expressed in your own language. If you are searching for […]

Join WhatsApp Group

Join Now

Love becomes more beautiful when expressed in your own language. If you are searching for Assamese love quotes for girlfriend, then you’re in the right place. In this article, we have collected the most romantic, emotional, and heart-touching Assamese quotes that can make your girlfriend feel truly special. Whether you want to send a good morning message, a birthday wish, or simply share your feelings, these Assamese romantic quotes will help you say “I love you” in the sweetest way. Copy and share them on WhatsApp, Facebook, or Instagram to make her smile and feel loved every day.

Assamese Love Quotes for Girlfriend

Assamese Love Quotes for Girlfriend:

  1. কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব।
  2. তোমাক ভাল পোৱাটো এটা অভ্যাস হৈ পৰিছে, তোমাৰ অবিহনে জীয়াই থকাটো কঠিন।
  3. তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।
  4. আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ, জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।
  5. যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায় আৰু ভালপোৱা তেঁওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে।
  6. তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে।
  7. সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে যিজনে কেৱল নিজৰ প্ৰয়োজনত হে আপোনাক মনত পেলায়।
  8. যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে সেইজনৰ বাবে আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ।
  9. আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে তাক চিন্তা বা দুখ নকৰিব কিয় জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন।
  10. ভালপোৱাত সদায় ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগে জুখিবলৈ নহয়।
  11. জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি
  12. জীৱনৰ চিনাকি মানুহবোৰৰ লগত যেতিয়া কথা পাতো তেতিয়া তেওঁলোকৰ কথাবোৰ শুনি এনেকুৱা লাগে যেন তেওঁলোক আমাৰ আপোন কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয় তেতিয়া সেই আপোন মানুহবোৰ কাষত নাথাকে।
  13. তেওঁ কাষত থাকক বা নাথাকক তেওঁ সময় দিয়ক বা নিদিয়ক ইজনৰ আনজনৰ প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে
  14. যদি মোক আপোনি বেয়া পাই পাওক কিন্তু মোৰ বিষয়ে আনৰ বেয়াকৈ কৈ তেওঁলোককো বেয়া পাবলৈ সুযোগ নিদিব।
  15. সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়; ইয়াক গঢ়িব লাগিব।
  16. ভালপোৱাজন বিশ্বাসী হ’লে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি আৰু যদি বিশ্বাসেই নাথাক তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। 
  17. যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনে কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।
  18. প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব।
  19. এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।
  20. সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে।
  21. সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয়।
  22. এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই।
  23. চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি।
  24. তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব।
  25. ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে।
  26. প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়।
  27. শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে।
  28. তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব।
  29. ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।
  30. প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।
  31. অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।
  32. শাসন তেওঁহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভালপোৱা হয় ।
  33. জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।
  34. কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।
  35. সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।
  36. এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।
  37. তোমাৰ Message আহিলে মাথোঁ মোৰ মোবাইল Vibrate নহয়, মোৰ হৃদয়খনো Vibrate হয় ।
  38. সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি ।
  39. শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।
  40. যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।
  41. উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।
  42. হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি Love React অতি মূল্যৱান ।
  43. মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট ।
  44. মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।
  45. ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে ।
  46. জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব আৰু বহুত care লব ।
  47. প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে।
  48. জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।
  49. সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা।
  50. তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।

Read More:

Rate This Article

⭐ Average Rating: 0.0 ( 0 votes )

Scroll to Top